অসমীয়া কবিতা
ভাৱনা
পাৰিম বুলিয়েই কৰিছিলো
তুমি মই এক হৈ সংসাৰ নামৰ
জীৱনটো সপোন দেখিছিলো ৰঙীন........…২
ভাঙি থৈ গ'ল সেয়াও বাস্তব
জীৱনৰ দানব নামৰ কালশতৰু
জাকে….………
পাহৰি এই গৈছিলো ইময়ো এদিন..........
লিখো বুলি লিখিবলৈ আৰম্ভ কৰিছিলো
প্ৰেমৰ কবিতা !
কিন্তু সেইয়াও কবিতা নহৈ
হৈ ৰল মাথো অৰ্থহীন শব্দৰ
কেইটামান ছন্দ বিহীন শব্দ.......🥺
এইয়াই মেন জীৱন.... যেনিবা নৈৰ সোমাজত
থকা বঠাবিহীন টুলুঙা
নাওখনীহে...........
উটি ভাহি আছো মাথো বাস্তব
জীৱনৰ কিছু অবাস্তৱ
কল্পনাক লৈ............
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home