এখন প্ৰেম নদীৰ সন্ধানত খন্ড (৩)
Assamese story Assamese poem
হাবুং |
পৌৰাণিক কামৰূপৰ প্ৰদেশ
হাবুং (ইংৰাজী: Habung) পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আছিল। বৰ্তমান হাবুঙৰ ভূমি লখিমপুৰ জিলাত অন্তৰ্ভুক্ত, যদিও কিছুলোকে ইয়াক বৰ্তমানৰ ধেমাজি জিলাৰ অংশ বুলি দাবী কৰে। ৱেড (১৮০০)-ৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল। শিলালিপিৰ তথ্য অনুসৰি, হাবুং (Ha-Vrnga Visaya) আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক দশম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে বসতি স্থাপন কৰাইছিল। কামৰূপৰ পটনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত আহে আৰু এই অঞ্চলত বৃহৎপাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। চুকাফাই হাবুঙত চাৰি বছৰ খেতি কৰি বানপানীৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়। পাছলৈ চুহুংমুং ৰজাই হাবুঙ দখল কৰি ভটিয়লিয়া গোহাঁই নামৰ বিষয়া এজনক ৰাজত্ব কৰিবলৈ ৰাখে।
হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে "মাটিৰে ভৰা ঠাই" অৰ্থাৎ "নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টী হোৱা ভূমি। " "হা" মানে হৈছে "মাটি" (যেনে হাছাও, হাজং, হালালি, ইত্যাদি) আৰু "বুঙ" মানে হৈছে ভৰি পৰা। পি.আৰ.টি গৰ্ডনৰ অনুসৰি পৌৰাণিক মৰাণ ভাষাত "হাবুঙ"ৰ অৰ্থ হৈছে "মানুহৰ বাসতি/চাপৰি"। ইতিহাসবিধ চিড্নি এণ্ডেলৰ "ডা কচাৰী" নামৰ কিতাপখনত উল্লেখ কৰা মতে বুৰঞ্জীত মৰাণ সকলক হাবুঙীয়া বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ আছিল "ভূমিৰ থলগিৰি"। এখেতৰ মতে হাবুঙ শব্দটো প্ৰকৃততে "হা" (মাটি)-"চুবুঙ" (মানুহ)ৰ পৰা উৎপত্তি হৈছিল। হাবুঙৰ ওচৰতে খুবুং নামৰ অন্য এক অঞ্চল এতিয়াও দেখা পোৱা যায়। কামৰূপৰ ৰাজ ৰত্ন পালৰ তামৰ ফলিত হাব্ৰং বুলি উল্লেখ কৰা হৈছে। ১৪২৮ চনৰ চুতীয়া ফলিত শ্ৰী বৃহৎ পাত্ৰক "হাবুঙাধিপতি" (হাবুঙৰ অধিকাৰী) বুলি উল্লেখ কৰা হৈছে।
আন এক মত অনুসৰি হাবুং টাই-আহোম ভাষাৰ শব্দ হয় যাৰ অৰ্থ "পঞ্চমখন বোকাময় ঠাই"। অৱশ্যে টাই ভাষাত "বুঙ"ৰ সলনি "বৃ" শব্দয়েহে বোকাময় ঠাই বু্জাই। ইয়াৰ উপৰিও বুৰঞ্জীত প্ৰথমৰ পৰা চতুৰ্থখন বোকাময় ঠাই বিষয়ে জনা নাযায় আৰু হাবুঙলৈ যোৱা আগত চুকাফাই তিনিখন ঠাইতহে (নামৰূপ, তিপাম, অভয়পুৰ) খেতি কৰিছিল। উল্লেখযোগ্য যে আহোম সকলৰ প্ৰব্ৰজনৰ আগৰে পৰা হাবুং নামৰ প্ৰদেশত ব্ৰাহ্মণ আৰু চুতীয়া সকলৰ বসতি আছিল।
১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিৰ পৰা হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল বা প্ৰদেশ আছিল বুলি উমান পোৱা যায়, য'ত কামৰূপৰ ৰজা সকলে ব্ৰাহ্মণৰ সংস্থাপন কৰিছিল। ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুং চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা চুকাফাই অভয়পুৰত (শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙৰ এটা অঞ্চলত থাকিবলৈ লয়। কিন্তু ৪ বছৰ থাকি পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ (চনটক) উভতি যায় য'ত বৰাহী চুতীয়া সকলক লগ পায়। উল্লেখযোগ্য যে বানপানী হোৱাৰ বাবে চুকাফাই তিপাম (কানগং নামৰ এজন), নামৰূপ (খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ (তাখোনলাক নামৰ এজন) লেখীয়াকৈ অভয়াপুৰ আৰু হাবুং অঞ্চলত কোনো লোকক ৰাখি যোৱা নাছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই কথা তেওঁ নিজৰ লেখনীত উল্লেখ কৰিছে। তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ চনত হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমি দান কৰিছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাচত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভনাৰায়ণৰ সদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বধয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল।
ফলিৰ অংশ:
"পুৰন্দৰায় ৱিপ্ৰায় ভুপুটীনাং চতুঃশতম্।
নৃপাদেশাৎ সমাগত্য দাদদী-শাসনং দদৌ॥ হাবুঙ্গাধিপতিঃ সোহপি ষষ্ঠিসংখ্যান্ দ্বিজানপি॥"
ইয়াৰ বাহিৰেও প্ৰায় ৬খন চুতীয়া ৰজাৰ তামৰ ফলি (১৩৯২-১৫২২ মাজৰ) হাবুং অঞ্চলত পোৱা গৈছে।
চুতীয়া সকলৰ মাজত আজিও হাবুঙৰ উল্লেখ থকা নিচুকনি গীত শুনিবলৈ পোৱা যায়। উদাহৰণ:
"হালিকি এই বাপেৰ ক'লৈ গ'ল,হাবুঙীয়া বুঢ়াৰ লগত কাঁহ কোবাই গ'ল।
উৰিব নোৱাৰিহে সাগৰতে পৰে; "
....
হাবুঙীয়া বাঢ়ৈয়ে চ'ৰানাও সাজে
কুৰুলাৰ কেৰুহেন উৰো উৰো কৰে,
১৫১২ চনত আহোম ৰজা চুহুংমুঙে হাবুঙৰ চুতীয়া সেনাপতি বৃহৎপাত্ৰৰ(বৰপাত্ৰ) পৰা হাবুং অঞ্চলৰ পানবাৰী দখল কৰে যাৰ ফলত ১৫১৩ চনত চুতীয়া-আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৫২০ চনত চুতীয়া ধীৰনাৰায়ণে পুনৰ বাৰ হাবুং অঞ্চল ঘূৰাই লয় আৰু ১৫২২ চনত হাবুঙৰ ব্ৰাহ্মণক মাটি দান কৰে। ঢকোৱাখনাৰ(হাবুং) কোঁৱৰগাঁৱত উদ্ধাৰ হোৱা এই ফলিৰ মতে ১৫২২ চনত শদিয়াৰ অধিপতি বিষ্ণু বংশৰ শ্ৰী ধীৰনাৰায়ণে প্ৰচণ্ড দুৰ্দণ্ড বাহুৰে সকলোকে পৰাজিত কৰি ৰাজ্যশ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে চুতীয়া ৰাজ্য নীতিপালৰ হাতলৈ যায়। নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ লৈ চুহুংমুঙে পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়াৰ নেতৃত্বত থকা কাচিতৰাৰ লগতে বৰপাত্ৰ(হাবুঙাধিপতি) উল্লখ আছে। ১৫২৪ চনত আহোম সকলে হাবুুুুঙকে ধৰি সম্পূৰ্ণ চুতীয়া ৰাজ্য দখল কৰি লৈছিল। ১৫২৫ চনত চুহুংমুঙ ৰজাই হাবুং ৰাজত্ব কৰিবলৈ ভটিয়লীয়া গোহাঁই(থাওমোঙ মোঙ-তিউ) পদ সৃষ্টি কৰিছিল আৰু ক্লাঙচেঙ বোলা এজনক বঢ়াইছিল। ১৫২৭ চনত চুতীয়াৰ শ্ৰী বৃহৎ পাত্ৰক অনুকৰণ কৰি ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হৈছিল। চুক্লেংমুঙ(চুহুংমুঙৰ পুত্ৰ) ৰজাৰ দিনত হাবুঙৰ উল্লেখ পুনৰ পোৱা যায়। বুৰঞ্জীৰ অনুসৰি এই ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ এজনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণজন বেহাৰলৈ পলাই যায়। এই বৰপাত্ৰ হয়টো পুৰণি চুতীয়া বৰপাত্ৰ ৰাজপৰিয়ালৰ লোক আছিল আৰু ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হোৱাৰ বাবে পূৰ্বৰ ভটিয়লীয়া গোহাঁইৰ ঠাইত হাবুঙত ৰাজত্ব কৰিবলৈ ৰখা হৈছিল।
যদিও পৌৰাণিক হাবুং বৰ্তমানৰ ঢকোখনা মহকুমা বুলি জনা যায়, তথাপিও কিছু লোকে হাবুঙ ধেমাজিত স্থিত বুলি দাবী কৰি আহিছে। এই দাবীৰ অনুসৰি সেই সকল লোকে চুকাফা ৰজাৰ স্মিতিত হাবুঙত এটা মন্দিৰ স্থাপন কৰে। ১৯৯০ চনৰ ১৭ জুন তাৰিখে স্থানীয় ফুৰালুং সংঘ আৰু সেইসময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোম ধৰ্মৰ নিয়ম অনুসৰি আহোমসকলৰ পূজা কৰা গৃহ হলুং হ'ফি মন্দিৰৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰে। পাছত ৯জন শুভাকাংক্ষীৰ দ্বাৰা ৮টা খুটা প্ৰদান কৰা হয় যাৰ ফলত স্থায়ী ভাবে হ'ফিটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। সেই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুংবানফি ধৰ্মৰ নীতিনিয়মতে টাইভেটিৰ ভিতৰত থকা হফি টোত ম'-লুং টাইপণ্ডিত সকলে আৰু বিশেষকৈ স্থানীয় ম'-চাম পণ্ডিত সকল আৰু স্থানীয় পঞ ফুৰালুং সংঘৰ সদস্য সকলে টাইআহোম ভাষাতে সেৱা অৰ্চনা কৰে। মন্দিৰত সেৱা আগ বঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। তাই-চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বান ফাই (চাকি জ্বলোৱা), আই চিংলাও গোৱা আদি নিয়ম কৰা হয়, তালৈ কাই অৰ্থাত কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী, নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি নিব লাগে। সন্তানৰ আশাত বগা মতা কুকুৰা দিব লাগে, অসুখ বা বিপদৰ পৰা ৰক্ষা পাবলৈ কলা মতা কুকুৰা দিয়া হয় আৰু অইন বিশেষ মনোকামনা নাথাকিলে যিকোনো ৰঙৰ বা পখৰা মতা বা মাইকী কুকুৰা তাই-চি নিয়ম কৰা হয়। হাবুংলৈ তৎক্ষণাত যাব যদি কোনো ব্যক্তিয়ে নোৱাৰে তেতিয়া "মু-বাই তাম-বাই" নামৰ পৰম্পৰাৰে টোপোলা এটা বান্ধি কুকুৰা আগ বঢ়াই ৰখাৰ নিয়ম আছে। এই অঞ্চলৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে পুনঃনিৰ্মাণৰ বাবে যথেষ্ট ৰাজ পুঁজি প্ৰদান কৰে। ২০১৭ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে নতুনকৈ নিৰ্মাণ কৰা হ-ফিত উদযাপিত মে-দাম-মে-ফি অনুষ্ঠানত উপস্থিত হৈ হাবুঙক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ২ কোটি টকা প্ৰদানৰ ঘোষণা কৰে।
Indian singer, composer, actor and filmmaker
Zubeen Garg (born Zubeen Borthakur; 18 November 1972) is an Indian singer, music director, composer, lyricist, music producer, actor, film director, film producer, script writer and philanthropist. He primarily works for and sings in the Assamese, Bengali and Hindi-language film and music industries, but has sung in many other languages and dialects, including Bishnupriya Manipuri, Boro, English, Goalpariya, Kannada, Karbi, Khasi, Malayalam, Marathi, Nepali, Odia, Sanskrit, Sindhi, Tamil, Telugu, Tiwa. He is also an instrumentalist and plays 12 instruments including dhol, dotara, drums, guitar, harmonica, harmonium, mandolin, keyboard, tabla and various percussion instruments. He is Assam's highest-paid singer. His younger sister Palmee Borthakur is also a singer, but she is a professor.
Garg was born in a brahmin family at Tura, Meghalaya to Mohini Borthakur and Ily Borthakur. He was named after the music composer Zubin Mehta. His father Mohini Borthakur is a lyricist and poet under the name Kapil Thakur. Garg pursued a degree in Bachelor of Science but dropped out to concentrate in his singing career.
Garg got his confidence to become a singer when he got gold medal for his western solo performance in youth festival held in 1992. And after this he entered into professional music with his debut Assamese album Anamika, which was released in 1992. His first composed song from this album was "Gaane Ki Aane" which he composed at the age of 13. He later released many other albums and film songs such as Maya (1994), Asha (1995), Ujaan Piriti (1995), etc.
In the mid 1995, Garg moved to Mumbai to work in the Bollywood music industry where he debut his first Indipop solo album Chandni Raat. Later, he recorded few Hindi albums and films songs like Yuhi Kabhi, Dil Se, Fiza, Sparsh, Mere Liye, Nupur and Kaante. In 2004 he sung "Aane wala pal" from the movie Plan, "Sapne saare" and "khwabon ki" from the movie Mudda-The Issue, "Mango agar dil se toh Khuda" from the movie Chupke Se, "Holi re" from the movie Mumbai se Aiya Mera Dost and "Jo Pyar tumne" from the movie Jaal:The trap.
Apart from singing in his Bollywood and Assamese industries, he debuted in Bengali music industry in 2003 where he sung two songs in the movie Mon. In the next year he sung three songs in the movie Shudhu Tumi and also was the music director in the film.
In 2005 he sung "O bondhure" and "Lagena Bhalo" in the film Premi. In 2008 he got a big break in the movies Mon Mane Na, Love story, Chirodini Tumi Je Amar and Golmaal. His songs like "Mon mane Na" from the movie Mon Mane Na , "Piya re Piya re" from the movie Chirodini Tumi je Amaar, and "Mon jete chay shudhu" from the movie Love story became very popular.
He got the biggest break in Bollywood from the movie Gangster where he sang the song "Ya ali". The movie and the song was one of the biggest hits of 2006. The song brought him the best playback singer Global Indian Film Awards (GIFA) in 2006. His next Hindi album Zindagi was released in 2007 which was highly appreciated. Some of his discography songs in various Indian languages along with his various co-artists includes Bollywood singers Sonu Nigam, Shaan, Sagarika, Shweta Shetty, Suneeta Rao, Alisha Chinai, Mahalakshmi Iyer, Tarali Sarma, Bhitali Das, Lata Mangeshkar, Asha Bhosle, Shankar Mahadevan, Raageshwari, Zublee Baruah, Diganta Bharati, Queen Hazarika, Debojit Saha, Shanta Uzir, Mitali Chaudhary, Shweta Mohan, Deeplina Deka etc.
Garg's younger sister Jonkey Borthakur was an actress and singer who died in a car accident in February 2002 in Sonitpur district while they were going to perform stage show along with her co-artists. He had released two albums Akou Hiyamon and Xixhu in 2002, in the memory of Jonkey Borthakur.
Garg married Garima Saikia, a fashion designer from Golaghat, Assam on 4 February 2002.
Garg runs a charity, the Kalaguru Artiste Foundation, which donates money for various causes. He urged people to donate clothes, medicines and contributions when devastating floods hit Assam. He took on the issue over corruption in APSC recruitment in his movie Kanchanjangha.
He is a football fan and has played matches to collect funds for flood affected people.
Garg was the main non-political figure of the Anti-CAA protest in Assam.
Garg won the "Best Music Direction" for the film Echoes Of Silence in the 55th National Film Awards. He was nominated for the "Best Music Direction" for the film Dinabandhu in the 52nd National Film Awards.
Garg played the lead role in Mon Jaai, for which he was nominated for the "Best Actor" in the 56th National Film Awards. He was nominated for the "Best Supporting Actor" for the film Dinabandhu in the 52nd National Film Awards.
Zubeen Garg has received the following recognitions for his successful work in the industry.