Assamese most popular meme Funny meme// অসমীয়া মিম//অসমীয়া কৌতুক
Assamese funny meme (অসমীয়া মিম)
কিহৰ ভন্টী হলাহে তোমালোক
দাদা লৈ বুলি যদি বও
এজনীক চাই দিব নোৱাৰা
😏
সচাঁকৈয়েই যদি প্ৰেমত পৰি
মানুহ পগলা হ'ল হেতেন
তেতিয়াহে টো পৃথিৱীৰ আধা
মানুহেই পাগল হ'ল হেঁতেন
তাইৰ মৰম পোৱা নাই
বাবেই মই ইমান দিন
পগলা হোৱা নাই ছাগে
গৰু,মুৰ্খ, পাগল, ঘোৰা,
গাধ, বুৰ্বক, অজ্ঞানী, মাথাবেয়া
এইবোৰ বেলেগ একো নহয় দিয়ক
মোক ঘৰত মৰমত মতা নামহে
মিছা কলেনো কি হ'ব
লগৰ বিলাকৰ ভিতৰত
একেবাৰে মুখত লেকাম
নোহোৱা নিলৰ্জ জন মইয়েই
তোমাক নাপালে মৰি যাম
বুলি ক'ব নোৱাৰা বাবেই
আজি মই ছিংগল
হৈ আছো
1 Comments:
Kobita
Post a Comment
Subscribe to Post Comments [Atom]
<< Home