অতীত অসমীয়া কবিতা (Assamese Sad poem)
অতীত
ভাগৰি যাই মোৰ এই
দুচকুৰ তোমাক এবাৰ
প্ৰান ভৰি চাবলৈ.........
জোনাক নিশাৰ ছায়া,
নিসংগতা, বেদনাৰ
চকুপানি আৰু অতীতেই
মোৰ জীৱন লগৰী।
মোৰ অতীতৰ সেই মধুৰ স্মৃতিবোৰ
মনত অনবৰতে ভাহি থকা
কিছু অৰ্থহীন শব্দ নিৰাশাই
মোৰ একমাত্ৰ লগৰী
বাৰে বাৰে মোৰ
কাষলৈ আহি থাকে।
কিন্তু তুমি এবাৰো নাহা
মোৰ কাষলৈ
কিয় ...........…?
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home