জানমণি সপোনতে আহিবা Assamese Sade Statuse
জানমণি সপোনতে আহিবা
জানমণি অভিমানি নহবা
দুৰে দুৰে নৰবা
যাচিমে মোৰে হিয়া ঐ জান.....
জানমণি তুমি হবা পৰি
দুয়ো হাতত ধৰা ধৰি কৰি
আমি সৰগলৈ যাম ঐ জান.....…
জানমণি সপোনতে আহিবা
দুচকুতে ভাহিব
মৰমেৰে মাতি বা ঐ জান.......
জানমণি দিঠকতো আহিবা
কাষতে মোৰ বহিবা
আতৰি ঐ নাযাবা ঐ জান...
https://youtu.be/5_A_3pRtC7U
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home