Assamese story: স্মৃতি

Friday, February 25, 2022

স্মৃতি

 




                     ............স্মৃতি.................







স্মৃতিয়ে বৰকৈ ৰিঙিয়াই...


সৌ সিদিনাৰ কথা !


 যিদিনা  তোমাক মই..............


কলেজৰ সন্মুখত


তোমাক দেখা 


সেই প্ৰটিতো মূহর্ত....


তোমাক দেখি যেন


কিবা এটা অবুজন ভাবনাই ,


হৃদয়ত খুন্দিয়াই....


খিৰকীৰ মাজেৰে


সোমাই অহা বতাহ জাকে.....


আবেলিৰ চেঁচা বতাহজাকে.......


তোমাৰ চুলি কোচা,


হালি-জালি কপাল খন


ঢাকি দিয়া,


আনন্দত মতলীয়া এটি মূহর্ত !


স্মৃতিয়ে ৰিঙিয়াই......

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home